১। কোনটো সংখ্যাক “ৰামানুজন সংখ্যা” বুলি জনা যায়?
উত্তৰঃ ১৭২৯

২। “ভাৰতীয় বিজ্ঞান সমিতি” (Indian Science Congress)-ৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ ছাৰ আশুতোষ মুখাৰ্জী
৩। দশমিক বিন্দু কোনে উদ্ভাৱন কৰিছিল?
উত্তৰঃ জন নেপিয়াৰ
৪। গণিতত সন্মানীয় ডক্টৰেট উপাধি লাভ কৰা প্ৰথম মহিলা কোন আছিল?
উত্তৰঃ উইনিফ্ৰেড ইজাৰটন (Winifred Edgerton)
৫। কাক ভাৰতীয় গণিতজ্ঞৰ ৰাজকুমাৰ হিচাপে জনা যায়?
উত্তৰঃ শ্ৰীনিবাস ৰামানুজন
৬। কোনখন দেশত দবাখেল (Chess)-ৰ আৰম্ভণি হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষত
৭। দীঘ, কালি আৰু আয়তন অধ্যয়ন কৰা জ্যামিতিৰ শাখাটোৰ নাম কি?
উত্তৰঃ পৰিমিতি (Mensuration)
৮। এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান?
উত্তৰঃ ১৮০ ডিগ্ৰী (দুই সমকোণ)
৯। এটা সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ মাপ কিমান?
উত্তৰঃ ৬০ ডিগ্ৰী
১০। এটা সামান্তৰিকৰ সন্নিহিত কোণ দুটাৰ সমষ্টি কিমান?
উত্তৰঃ ১৮০ ডিগ্ৰী